Back to Top

O Daapun - Pronoy Lyrics



O Daapun - Pronoy Lyrics




যোৱা এটি সুবাস
ভাঁহি উঠিছে মনত
তোমাৰ সেই পৰশ
মোৰ দেহত
সাচি থোৱা সপোন বোৰ
গোপনে নিৰলে
আশাৰে বতৰা হৈ ৰয়
(এপাহি মায়া)


অচিন আবেগত নিজান হেঁপাহ
মুকলি প্ৰাণৰ উশাহ
উলাহে নভৰা আকুল হিয়া
মোৰ আশা, ভৰসা, নজনা ঠিকনা


অজানিতে আহি
প্ৰেৰণা জগালা
এই উকা হৃদয়তে
প্ৰণয় উজলালা
শিহৰিত মনে
সোঁৱৰি যাই
My only desire

জোনাকে আনে বহু কথা
বিয়পি পৰে কত ভাৱনা
তোমাৰেই উশাহৰ প্ৰয়াসী উমেও মাথো কয়
প্ৰতিটো পলত মোৰ থাকিবা ৰৈ

অচিন আবেগত নিজান হেঁপাহ
মুকলি প্ৰাণৰ উশাহ
উলাহে নভৰা আকুল হিয়া
মোৰ আশা, ভৰসা, নজনা ঠিকনা


অজানিতে আহি
প্ৰেৰণা জগালা
এই উকা হৃদয়তে
প্ৰণয় উজলালা
শিহৰিত মনে
সোঁৱৰি যাই
My only desire

অজানিতে আহি
প্ৰেৰণা জগালা
এই উকা হৃদয়তে
প্ৰণয় উজলালা

উকা হৃদয়ৰে, এপাহি মায়া
[ Correct these Lyrics ]

[ Correct these Lyrics ]

We currently do not have these lyrics. If you would like to submit them, please use the form below.


We currently do not have these lyrics. If you would like to submit them, please use the form below.




যোৱা এটি সুবাস
ভাঁহি উঠিছে মনত
তোমাৰ সেই পৰশ
মোৰ দেহত
সাচি থোৱা সপোন বোৰ
গোপনে নিৰলে
আশাৰে বতৰা হৈ ৰয়
(এপাহি মায়া)


অচিন আবেগত নিজান হেঁপাহ
মুকলি প্ৰাণৰ উশাহ
উলাহে নভৰা আকুল হিয়া
মোৰ আশা, ভৰসা, নজনা ঠিকনা


অজানিতে আহি
প্ৰেৰণা জগালা
এই উকা হৃদয়তে
প্ৰণয় উজলালা
শিহৰিত মনে
সোঁৱৰি যাই
My only desire

জোনাকে আনে বহু কথা
বিয়পি পৰে কত ভাৱনা
তোমাৰেই উশাহৰ প্ৰয়াসী উমেও মাথো কয়
প্ৰতিটো পলত মোৰ থাকিবা ৰৈ

অচিন আবেগত নিজান হেঁপাহ
মুকলি প্ৰাণৰ উশাহ
উলাহে নভৰা আকুল হিয়া
মোৰ আশা, ভৰসা, নজনা ঠিকনা


অজানিতে আহি
প্ৰেৰণা জগালা
এই উকা হৃদয়তে
প্ৰণয় উজলালা
শিহৰিত মনে
সোঁৱৰি যাই
My only desire

অজানিতে আহি
প্ৰেৰণা জগালা
এই উকা হৃদয়তে
প্ৰণয় উজলালা

উকা হৃদয়ৰে, এপাহি মায়া
[ Correct these Lyrics ]
Writer: Siddhartha Hazarika
Copyright: Lyrics © Phonographic Digital Limited (PDL), O Daapun

Back to: O Daapun



O Daapun - Pronoy Video
(Show video at the top of the page)


Performed By: O Daapun
Length: 4:17
Written by: Siddhartha Hazarika

Tags:
No tags yet